Friday, September 30, 2022

প্ৰাপ্তি:ৰাহুল চেতিয়া

প্ৰাপ্তি:ৰাহুল চেতিয়া
 প্ৰাপ্তি অপ্ৰাপ্তিৰ মধ্যস্থতাত
যিদিনা তোমাক
স্বপ্নৰ স্বর্ণ মণি-মুকুতা
পিন্ধাব পাৰিম আৰু
সেই দিনাৰ
পৰাই তুমি
উপলব্ধি কৰিবা
আৰু
শিকিবলৈও
আৰম্ভ কৰিবা
প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে
জীৱনটো পাৰ হৈ
স্বপ্ন বোৰ স্বপ্ন হৈয়ে 
ৰব যেতিয়া
তেতিয়া..…...…...
ক'ত দেখিবা 
প্ৰাপ্তি কি
বা কেনেকৈ পোৱা যায়।।

ৰাহুল চেতিয়া
নিলখপুৰ, চিলাপথাৰ,ধেমাজি

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...