Monday, September 26, 2022

মিলন-মিন্টু গোৱলা

মিলন-মিন্টু গোৱালা




চিকি মিকি সন্ধ্যাৰ  পৰত প্ৰভুৰ লগত 

মিলন হয় কল্পকান্নত ।

পুষ্প সজিত ৰথে আহে মোৰ আৰধ্য প্ৰভু ,

চোতালৰ তুলসীৰ কান্নত প্ৰভুৰ লগত

 মিলন হয় সন্ধ্যাৰ লগনত ।

সাৰহীন নিচুক জগত নিস্তব্ধ ৰাতি 

দেখু মোৰ আৰধ্য প্ৰভুক।

বন্তিৰ পোহৰত মোৰ লগত কথা 

পাতে আৰধ্য প্ৰভুয়ে।

অন্তয্যামী প্ৰভু মোৰ আহে সপোনৰ তিৰত কয় কথা সৰ্বজ্ঞানী আৰধ্য প্ৰভু ।

নিচুক নিৰল জগত  আৰধ্য প্ৰভু লগত

 মোৰ মিলন তুলসীৰ কান্নত ।

সপোনৰ তিৰত নিতৌ আহে মোৰ আৰধ্য ,

নিতৌ কথা হয় তুলসীৰ কান্নত।।

     

           মিন্টু গোৱলা, লখিমপুৰ

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...