Tuesday, October 11, 2022

শৰতৰ সৌন্দৰ্য্য:ছেলিমা বেগম

শৰতৰ  সৌন্দৰ্য্য:ছেলিমা বেগম

ঋতু ৰাণী শৰতক পাই 
নৈসৰ্গিক সৌন্দৰ্য্য কি যেন 
মনোমোহা দৃশ্য নৈ খাল বিল 
যেন নতুন যৌৱন পাই প্ৰেম
 বিলাইছে ,কঁহুৱাই ঢৌ তুলি 
নাচি নাচি সৌন্দৰ্য্য বিলাইছে ৷
দূৱৰি বনত নিয়ৰৰ টোপালে 
 অলঙ্কাৰ পিন্ধাইছে ৷
শেৱালি ,খৰিকাজাঁই ,বকুল 
ধৰণীৰ বুকুত 
ন কন্যা সাজি সু 
গোন্ধ বিলাই দিছে ৷
শৰতৰ উমান পাই 
পানী মেটেকাই 
খাল ,বিলৰ তলি 
ঋতুৰাণীক
 স্বাগতম জনাইছে ৷

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...