Tuesday, November 01, 2022

শব্দৰ পূজাৰী:মিন্টু গোৱলা

 শব্দৰ পূজাৰী:

হে শব্দৰ পূজাৰী

             শব্দৰে গাঁথা

কবিতাৰ মালা 

         জীৱনৰ প্ৰাপ্তি - অপ্ৰাপ্তি

জীৱন গাঁঠাৰ

         কৰুণ কাহিনীবোৰ 

গাঁথা শব্দৰ মালাৰে 

           কবিতাৰ ভাষাত 

জীৱন - যৌৱনৰ অনুভূতিক শব্দৰে গাঁথা  

              হে শব্দৰ পূজাৰী

গাঁথা সদায় শব্দৰ মালা

                 জীৱনজোৰা সাধনাৰ 

   প্ৰতিটো পলক ।


                 শ্ৰী মিন্টু গোৱলা লখিমপুৰ 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...