Tuesday, November 22, 2022

বীৰ লাচিত:গীতাশ্ৰী বড়া

 বীৰ লাচিত:গীতাশ্ৰী বড়া

        

  হে মহাবীৰ... 

তোমাক শত কোটি বাৰ প্ৰণাম, 

জাতিৰ বুকুত জাগ্রত কৰিলা  তোমাৰ নাম।


হে মহাবীৰ... 

আমাৰ স্বদেশৰ বীৰ , 

আজীও জীৱন তোমাৰ যাউতি  যুগীয়া 

তোমাৰ পথেৰে পথ আমাৰ চিৰযুগমীয়া। 


হে মহাবীৰ... 

মহান মহানায়ক 

তোমাৰ সাহসৰ বীৰত্ব দেখি, 

অসমে কৰে গৌৰৱ ।।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...